Job Search

Assam General Knowledge in Assamese Language part : 01

Hii Firends, Here you find the Assam General Knowledge MCQ questions and answer in Assamese language . Read the Assam General knowledge  questions for a better preparation for competitive exams. 

Assam General Knowledge (GK) in Assamese language : Part- 01
Q-1.অসমৰ প্রথম অসমীয়া কথা ছবিখনৰ নাম কি ?
উত্তৰ : জয়মতী(1935)

Q-2.অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?
উত্তৰ : শ্রীমন্ত শংকৰদেৱ

Q-3.অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?
উত্তৰ : ঘৰ জেউতি(1927)

Q-4.প্রথম আধুনিক অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : ৰাম নবমী(1857), গুণাভিৰাম বৰুৱা

Q-5.অসমৰ প্রথম  আলোচনী  খনৰ নাম কি ?
উত্তৰ : অৰুনোদই (1848 -1882)

Q-6.অসমৰ প্রথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি ?
উত্তৰ : ভাইটি(1972)

Q-7.অসমীয়া ভাষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?
উত্তৰ : প্রহ্লাদ চৰিত (ৰচক হেমসৰস্বতী)

Q-8.প্রথম অসমীয়া প্রবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল ?
উত্তৰ : কথাগীতা , ভট্রদেৱ

Q-9.অসমীয়াত প্রকাশিত প্রথম অভিধান কোনে লিখিছিল ?
উত্তৰ : মাইলছ ব্রনছন

Q-10.প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতী, পদ্মনাথ গোহাঁঞিবৰুৱা

Q-11.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?
উত্তৰ :  ইয়াৰুইঙ্গম(1961), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য

Q-12.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ : বনফুল(1955),যতীন্দ্র নাথ দুৱাৰা

Q-13. জ্ঞানপীঠ বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ :  মৃত্যুঞ্জয়(1979) বীৰেন্দ্র কুমাৰ ভটাচাৰ্য

Q-14.প্রথম অসীয়া শিশু উপন্যাস খনৰ নাম কি ?
উত্তৰ : পাতাল পুৰী

Q-15.অসমৰ প্রথম ICS আৰু বেৰিষ্টাৰ কোন ?
উত্তৰ : আনন্দৰাম বৰুৱা

Q-16.প্রথম অসমীয়া ভাৰতৰ ৰাষ্টপতি জনৰ নাম কি ?
উত্তৰ : ফকৰুদ্দিন আলি আহমেদ

Q-17.প্রথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি ?
উত্তৰ :  বিষ্ণুৰাম মেধি

Q-18.প্রথম অসমীয়া নিৰ্বাচনী আয়ুক্ত জনৰ নাম কি ?
উত্তৰ :  হৰিশংকৰ ব্রহ্ম

Q-19. প্রথম অসম সাহিত্য সভাৰ সভাপতি জনৰ নাম কি ?
উত্তৰ : পদ্মনাথ গোহাঁঞিবৰুৱা

Q-20.অৰ্জুন বটাঁ বিজয়ী প্রথম অসমীয়া জন কোন ?
উত্তৰ :  ভোগেশ্বেৰ বৰুৱা

Q-21. প্রথম অসমৰ মহিলা মুখ্যমন্ত্রী গৰাকীৰ নাম কি ?
উত্তৰ : চৈয়দা আনোৱাৰা টাইমোৰ

Q-22.প্রথম অসমৰ PhD লাভ কৰা ব্যক্তি জনৰ নাম কি ?
উত্তৰ : মইদুল ইছলাম বৰা

Q-23. প্রথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি ?
উত্তৰ : সুধালতা দুৱৰা

Q-24. প্রথম অসমীয়া কাব্য খনৰ নাম কি ?
উত্তৰ : অভিমণ্যবধ1857, ৰমাকান্ত চৌধুৰী

Q-25. অসমৰ প্রথম বাতৰি কাকত খনৰ জনৰ নাম কি ?
উত্তৰ : নাথান ব্রাউন

Q-26.ৰামায়ণ প্রথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ?
উত্তৰ : মাধব কন্দলি

Q-27.সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা

Q-28.জোনাকি কাকতৰ প্রথম সম্পাদক জনৰ নাম কি ?
উত্তৰ :  চন্দ্রকুমাৰ আগৰৱালা

Q-29. প্রথম অসমীয়া মন্ছ নাট খনৰ নাম কি ?
উত্তৰ :  চিহ্ন যাত্রা 1468, শংকৰদেব

Q-30. স্বৰ্ণকমল লাভ কৰা প্রথম অসমীয়া চলচিত্র খনৰ নাম কি ?
উত্তৰ : হালধীয়া চৰাইয়ে বাওধান খায় (1987), জাহ্নুবৰুৱা


No comments:

Post a Comment