Hii Firends, Here you find the Assam General Knowledge MCQ questions and
answer in Assamese language . Read the Assam General knowledge questions
for a better preparation for competitive exams.
Assam General Knowledge (GK) in Assamese language : Part- 01
Q-1.অসমৰ প্রথম অসমীà§Ÿা কথা ছবিখনৰ নাম কি ?
উত্তৰ : জয়মতী(1935)
উত্তৰ : জয়মতী(1935)
Q-2.অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?
উত্তৰ : শ্রীমন্ত শংকৰদেà§±
Q-3.অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?
উত্তৰ : ঘৰ জেউতি(1927)
Q-4.প্রথম আধুনিক অসমীà§Ÿা নাটক খনৰ নাম কি ?
উত্তৰ : à§°াম নবমী(1857), গুণাà¦িà§°াম বৰুà§±া
Q-5.অসমৰ প্রথম আলোচনী খনৰ নাম কি ?
উত্তৰ : অৰুনোদই (1848 -1882)
Q-6.অসমৰ প্রথম অসমীà§Ÿা ৰঙীন কথা ছবিখনৰ নাম কি ?
উত্তৰ : à¦াইটি(1972)
Q-7.অসমীà§Ÿা à¦াষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?
উত্তৰ : প্রহ্লাদ চৰিত (ৰচক হেমসৰস্বতী)
Q-8.প্রথম অসমীà§Ÿা প্রবন্ধটোà§° নাম কি আৰু কোনে লিখিছিল ?
উত্তৰ : কথাগীতা , à¦à¦Ÿ্রদেà§±
Q-9.অসমীà§Ÿাত প্রকাশিত প্রথম অà¦িধান কোনে লিখিছিল ?
উত্তৰ : মাইলছ ব্রনছন
Q-10.প্রথম অসমীà§Ÿা বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : à¦ানুমতী, পদ্মনাথ গোহাঁঞিবৰুà§±া
Q-11.সাহিত্য অকাডেমি বটাঁ লাঠকৰা প্রথম অসমীà§Ÿা উপন্যাস খনৰ নাম কি ?
উত্তৰ : ইয়াà§°ুইঙ্গম(1961), বীà§°েন্দ্র কুমাà§° à¦à¦Ÿাচাà§°্য
Q-12.সাহিত্য অকাডেমি বটাঁ লাঠকৰা প্রথম অসমীà§Ÿা গ্রন্থ খনৰ নাম কি ?
উত্তৰ : বনফুল(1955),যতীন্দ্র নাথ দুà§±াà§°া
Q-13. জ্ঞানপীঠবটাঁ লাঠকৰা প্রথম অসমীà§Ÿা গ্রন্থ খনৰ নাম কি ?
উত্তৰ : মৃত্যুঞ্জয়(1979) বীà§°েন্দ্র কুমাà§° à¦à¦Ÿাচাà§°্য
Q-14.প্রথম অসীà§Ÿা শিশু উপন্যাস খনৰ নাম কি ?
উত্তৰ : পাতাল পুà§°ী
Q-15.অসমৰ প্রথম ICS আৰু বেà§°িষ্টাà§° কোন ?
উত্তৰ : আনন্দৰাম বৰুà§±া
Q-16.প্রথম অসমীà§Ÿা à¦াৰতৰ à§°াষ্টপতি জনৰ নাম কি ?
উত্তৰ : ফকৰুদ্দিন আলি আহমেদ
Q-17.প্রথম অসমীà§Ÿা à§°াজ্যপাল জনৰ নাম কি ?
উত্তৰ : বিষ্ণুà§°াম মেধি
Q-18.প্রথম অসমীà§Ÿা নিà§°্বাচনী আয়ুক্ত জনৰ নাম কি ?
উত্তৰ : হৰিশংকৰ ব্রহ্ম
Q-19. প্রথম অসম সাহিত্য সà¦াà§° সà¦াপতি জনৰ নাম কি ?
উত্তৰ : পদ্মনাথ গোহাঁঞিবৰুà§±া
Q-20.অৰ্জুন বটাঁ বিজয়ী প্রথম অসমীà§Ÿা জন কোন ?
উত্তৰ : à¦োগেশ্বেà§° বৰুà§±া
Q-21. প্রথম অসমৰ মহিলা মুখ্যমন্ত্রী গৰাকীà§° নাম কি ?
উত্তৰ : চৈয়দা আনোà§±াà§°া টাইমোà§°
Q-22.প্রথম অসমৰ PhD লাঠকৰা ব্যক্তি জনৰ নাম কি ?
উত্তৰ : মইদুল ইছলাম বৰা
Q-23. প্রথম অসমৰ মহিলা স্নাতক গৰাকীà§° নাম কি ?
উত্তৰ : সুধালতা দুৱৰা
Q-24. প্রথম অসমীà§Ÿা কাব্য খনৰ নাম কি ?
উত্তৰ : অà¦িমণ্যবধ1857, ৰমাকান্ত চৌধুà§°ী
Q-25. অসমৰ প্রথম বাতৰি কাকত খনৰ জনৰ নাম কি ?
উত্তৰ : নাথান ব্রাউন
Q-26.à§°ামায়ণ প্রথমে অসমীà§Ÿালৈ কোনে অনুবাদ কৰিছিল ?
উত্তৰ : মাধব কন্দলি
Q-27.সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীà§Ÿা নাটক খনৰ নাম কি ?
উত্তৰ : শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা
Q-28.জোনাকি কাকতৰ প্রথম সম্পাদক জনৰ নাম কি ?
উত্তৰ : চন্দ্রকুমাà§° আগৰৱালা
Q-29. প্রথম অসমীà§Ÿা মন্ছ নাট খনৰ নাম কি ?
উত্তৰ : চিহ্ন যাত্রা 1468, শংকৰদেব
Q-30. স্বৰ্ণকমল লাঠকৰা প্রথম অসমীà§Ÿা চলচিত্র খনৰ নাম কি ?
উত্তৰ : হালধীà§Ÿা চৰাইয়ে বাওধান খাà§Ÿ (1987), জাহ্নুবৰুà§±া
No comments:
Post a Comment