Job Search

Assam General Knowledge in Assamese - Download

Download Assak General Knowledge in assamese language . Assam GK helps better prepration for Assam State exams .

)  প্ৰশ্ন :- মামণি ৰয়চম গোস্বামীয়ে কেতিয়া "জ্ঞানপীঠ বঁটা" অৰ্জন কৰিছিল ?
উত্তৰ : ২০০০১ চনত 
)  প্ৰশ্ন :- অসমৰ প্ৰথম বাতৰি কাকতঅৰুনোদই প্ৰতিস্থাপক সম্পাদক কোন আছিল ?
উত্তৰ : নাথান ব্ৰাউন
) প্ৰশ্ন :- ‘সাহিত্যৰথী নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিক জনৰ নাম কি ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
) প্ৰশ্ন : অসমৰ মোৰ আপোনাৰ দেশ নামৰ জাতীয় সঙ্গীতটোৰ ৰচক কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা 
) প্ৰশ্ন :- কাক ১৯৫৮ চনত ‘ পদ্মশ্ৰীআৰু ১৯৬৭ চনতঅলকানন্দা বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয় ?
উত্তৰ : নলিনীবালা দেৱী
) প্ৰশ্ন :- অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ?
উত্তৰ : ১৯৬১ চনত
) প্ৰশ্ন :- অসামৰ প্ৰথম বাতৰি কাকতঅৰুনোদইকিমান চনৰ প্ৰকাশিত হৈছিল ?
উত্তৰ : ১৮৪৬ চনত
) প্ৰশ্ন :- প্ৰথম অসমীয়া মাহেকীয়া আলোচনীজোনাকীপ্ৰথমবাৰ কলিকতাৰ (এতিয়াৰ লকাতা) পৰা প্ৰকাশিত হৈছিল ?
উত্তৰ : ১৮৮৯ চনত
) প্ৰশ্ন :- জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম জন অসমীয়া সাহিত্যিক কোন ?
উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
১০) প্ৰশ্ন :-  প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি ?
উত্তৰ : ৰুক্মিণী হৰণ
১১) প্ৰশ্ন :- মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল ?
উত্তৰ : ছয় খন
১২) প্ৰশ্ন :- কম্পিউটাৰত কোনে প্ৰথম অসমীয়া পুথি লিখি উলিয়াইছিল ?
উত্তৰ : দিলীপ কুমাৰ দত্ত
১৩) প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি ?
উত্তৰ : যাত্ৰিকৰ যাত্ৰা
১৪) প্ৰশ্ন :- কাকঅসমীয়া সাহিত্য-সংস্কৃতিৰ জনকবুলি কোৱা হয় ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ
১৫) প্ৰশ্ন : অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো ?
উত্তৰ : হাগ
১৬) প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি ?
উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ
১৭) প্ৰশ্ন :- প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথি খনৰ নাম কি?
উত্তৰ : অসমীয়া সাহিত্যৰ বুৰঞ্জী
১৮) প্ৰশ্ন :- প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি ?
উত্তৰ : দৈনিক বাতৰি
১৯) প্ৰশ্ন :- প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কিb?
উত্তৰ : প্ৰহ্লাদ চৰিত
২০) প্ৰশ্ন :- প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি ?

উত্তৰ : ভানুমতী

No comments:

Post a Comment