Hii Firends, Here you find the Assam General Knowledge MCQ & answer in Assamese language. Read
the Assam GK questions for a better preparation for competitive exams.
Assam General Knowledge in Assamese Language part : 03
Q-1 :- প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?
উত্তৰ :- দৈনিক বাতৰি
উত্তৰ :- দৈনিক বাতৰি
Q-2 :- প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কি ?
উত্তৰ : প্ৰহ্লাদ চৰিত
উত্তৰ : প্ৰহ্লাদ চৰিত
Q-3 :- প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতী
উত্তৰ : ভানুমতী
Q-4 : প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?
উত্তৰ : অসমীয়া পুথিৰ তালিকা
উত্তৰ : অসমীয়া পুথিৰ তালিকা
Q-5 : কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰ্পতি পদক লাভ কৰিছিল ?
উত্তৰ : নিপ বৰুৱাই
উত্তৰ : নিপ বৰুৱাই
Q-6 : জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’টোৰ নাম কি ?
উত্তৰ : জয়মতী
উত্তৰ : জয়মতী
Q-7 : প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল ?
উত্তৰ : আইদেউ সন্দিকৈ
উত্তৰ : আইদেউ সন্দিকৈ
Q-8 : প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি
উত্তৰ : অবুজ বেদনা
উত্তৰ : অবুজ বেদনা
Q-9 : অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি ?
উত্তৰ : জয়মতী
উত্তৰ : জয়মতী
Q-10 : প্ৰথম অসমীয়া সামাজিক নাটক কি ?
উত্তৰ : ৰাম নৱমী
উত্তৰ : ৰাম নৱমী
Q-11 : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাট খন কি ?
উত্তৰ : ধৰালৈ যিদিনা নামিব সৰগ
উত্তৰ : ধৰালৈ যিদিনা নামিব সৰগ
Q-12 : গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : ৰাম নৱমী
উত্তৰ : ৰাম নৱমী
Q-13 :- সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আছিল ?
উত্তৰ : লম্বোদৰ বৰা ; নাট:- শকুন্তলা
উত্তৰ : লম্বোদৰ বৰা ; নাট:- শকুন্তলা
Q-14:- এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা
উত্তৰ : ভোগেশ্বৰ বৰুৱা
Q-15 : কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল ?
উত্তৰ : বড়ো
উত্তৰ : বড়ো
Q-16 : ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয় ?
উত্তৰ : অসমৰ ডিগবৈত
উত্তৰ : অসমৰ ডিগবৈত
Q-17 : ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি ?
উত্তৰ : ড° ফকৰুদ্দিন আলি আহমেদ
উত্তৰ : ড° ফকৰুদ্দিন আলি আহমেদ
No comments:
Post a Comment