Job Search

Assam General Knowledge(GK ) in Assamese language : Part- 04


 Assam General Knowledge in Assamese language : Part- 04 // Hello Firends, Here you find the Assam General Knowledge MCQ type questions and answer. Read the Assam General knowledge  questions for a better preparation for competitive exams.
Q-1. প্ৰশ্ন :- অসমৰ প্ৰাচীন নাম কি ?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ
Q-2. প্ৰশ্ন :- কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
উত্তৰ :ভাস্কৰবৰ্মাৰ দিনত 
Q-3. প্ৰশ্ন :- চীনা পৰিব্ৰাজকজনৰ নাম কি ?
উত্তৰ :হিউৱেন চাং
Q-4. প্ৰশ্ন :- ‘অসমনাম কেতিয়াৰ পৰা হয় ?
উত্তৰ :আহোমসকলৰ ৰাজত্ব কালৰ পৰা 
Q-5. প্ৰশ্ন :- আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
উত্তৰ :প্ৰায় ৬০০ বছৰ 
Q-6. প্ৰশ্ন :- আহোমসকল কেতিয়া অসমলৈ আহিছিল?
উত্তৰ : ইংৰাজী ১২২৮ চনত
Q-7. প্ৰশ্ন :- অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চুকাফা
Q-8. প্ৰশ্ন :- আহোমৰ শেষ ৰজাজনৰ নাম কি ?
উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ 
Q-9. প্ৰশ্ন : আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ
Q-10. প্ৰশ্ন :- অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে ?
উত্তৰ : আহোম সকলে


No comments:

Post a Comment