Job Search

Assam GK - First in Assam and Assamese


Assam GK - First in Assam and Assamese. It helps better prepration for Assam state Exam

প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি ?
উত্তৰ : ° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)
প্ৰশ্ন : এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা
প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ° ফকৰুদ্দিন আলী আহমেদ
প্ৰশ্ন : প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি ?
উত্তৰ : আনন্দৰাম বৰুৱা
প্ৰশ্ন : প্ৰথম অসমীয়া পুৰুষ আই. . এছ. (I.A.S.) বিষয়া জনৰ নাম কি ?
উত্তৰ : অচ্যুত শইকীয়া
প্ৰশ্ন : প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা
প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী
প্ৰশ্ন : অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল ?
উত্তৰ : মহানন্দ দাস
প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি ?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)
প্ৰশ্ন : প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি ?
উত্তৰ : ৰুক্মিণী হৰণ
প্ৰশ্ন : ব্ৰিটিছ চৰকাৰৰ পৰাছাৰউপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি ?
উত্তৰ : ছাৰ ছৈয়দ চাদুল্লা
প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি ?
উত্তৰ : যাত্ৰিকৰ যাত্ৰা
প্ৰশ্ন : অসমৰ প্ৰথম বাতৰি কাকতঅৰুনোদই প্ৰতিস্থাপক সম্পাদক কোন আছিল?
উত্তৰ : নাথান ব্ৰাউন
প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি ?
উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ


No comments:

Post a Comment