Hello firends ,
Here you find the Assam General Knowledge questions & answer in
Assamese language. Read the Expected Assam General Knowledge question and answer for a
better preparation for competitive exams.
১) প্ৰশ্ন: বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায় ?
উত্তৰ : চৰিত পুথি
২) প্ৰশ্ন : সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি ?
উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা )
৩) প্ৰশ্ন : ইতিহাসৰ আন এটা নাম কি?
উত্তৰ : বুৰঞ্জী।
৪) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন ?
উত্তৰ : ভট্টদেৱক
৫) প্ৰশ্ন :- অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি ?
উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি
৬) প্ৰশ্ন :- প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি ?
উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ৱ চনত
৭) প্ৰশ্ন :- অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?
উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত
৮) প্ৰশ্ন :- জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী
৯) প্ৰশ্ন :- অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট ’ আলোচনী খনৰ নাম কি?
উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’
১0) প্ৰশ্ন :- অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি ?
উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ
Very important question and answer
ReplyDeleteDownload PDF
ReplyDeleteTq
Delete