Job Search

Expected Assam General Knowledge question and answer for Assam State Exam

Hello firends , Here you find the Assam General Knowledge questions & answer   in Assamese language. Read the Expected Assam General Knowledge question and answer  for a better preparation for competitive exams. 

) প্ৰশ্ন: বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায় ?
উত্তৰ : চৰিত পুথি
) প্ৰশ্ন : সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি ?
উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা )
) প্ৰশ্ন : ইতিহাসৰ আন এটা নাম কি?
উত্তৰ : বুৰঞ্জী
) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন ?
উত্তৰ : ভট্টদেৱক
) প্ৰশ্ন :- অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি ?
উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি
) প্ৰশ্ন :- প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি ?
উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ৱ চনত
) প্ৰশ্ন :- অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?
উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত
) প্ৰশ্ন :- জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী
) প্ৰশ্ন :- অসমীয়া ভাষাত প্ৰথম প্ৰকাশিতডাইজেষ্টআলোচনী খনৰ নাম কি?
উত্তৰ : তফজ্জুল আলি সম্পাদিতসংগম
0) প্ৰশ্ন :- অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি ?

উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ

3 comments: