Expected General
knowledge of Assam state exam, Like apsc, assam police , irrigation exam, pnrd
exam, apdcl exam etc .
১) প্ৰশ্ন :- সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ (১৯৫৫) ৰ ৰচক কোন?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা
২) প্ৰশ্ন :- প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল ?
উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে
৩) প্ৰশ্ন -: প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?
উত্তৰ : ভট্টদেৱ
৪) প্ৰশ্ন : আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ?
উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ
৫) অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?
উত্তৰ : ফণী শৰ্মা
৬) প্ৰশ্ন -: অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি ?
উত্তৰ : চন্দ্ৰকান্ত অভিধান
৭) প্ৰশ্ন :- অসমৰ মুখ্য ভাষা কি ?
উত্তৰ : অসমীয়া
৮) প্ৰশ্ন :- হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি ?
উত্তৰ : চিত্ৰ ভাগৱত
৯) প্ৰশ্ন : অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ
১০) প্ৰশ্ন :- অসমীয়া চুটি গল্পৰ জনক কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
১১) প্ৰশ্ন :- অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা ?
উত্তৰ : আৰ্য
১২) প্ৰশ্ন :- প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?
উত্তৰ : ভট্টদেৱ
১৩) প্ৰশ্ন :- শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল ?
উত্তৰ : ব্ৰজাৱলী
১৪) প্ৰশ্ন :- কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল ?
উত্তৰ : ১৮৭২ চনত , চাৰ জৰ্জ কেম্পবেলে
১৫) প্ৰশ্ন :- ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট ?
উত্তৰ : কমেদী অৱ এৰৰ্চ
১৬) প্ৰশ্ন :- কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?
উত্তৰ : ১৯৬০ চনত
১৭) প্ৰশ্ন :- অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
১৮) প্ৰশ্ন :- ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস ?
উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা, ভানুমতী
১৯) প্ৰশ্ন :- শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয় ?
উত্তৰ : অংকীয়া নাট
2০) প্ৰশ্ন :- সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি?
উত্তৰ : বনফুল
Hi!
ReplyDelete