Job Search

Assam General Knowlegde (GK) Part 01 : Assamese language

Hii Firends, Here you find the Assam General Knowledge questions & answer   in Assamese language. Read the Assam GK  questions for a better preparation for competitive exams. You can join our whatsapp group for more general knowledge & job notification . You can regularly visit our official website www.assamsakori.in for job notification .


1.   প্ৰশ্ন :- প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?
উত্তৰ :- দৈনিক বাতৰি

2.   প্ৰশ্ন :- প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কি ?
উত্তৰ : প্ৰহ্লাদ চৰিত

3.   প্ৰশ্ন :- প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতী

4.   প্ৰশ্ন : প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?
উত্তৰ : অসমীয়া পুথিৰ তালিকা

5.   প্ৰশ্ন : কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰ্পতি পদক লাভ কৰিছিল ?
উত্তৰ : নিপ বৰুৱাই

6.   প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅটোৰ নাম কি ?
উত্তৰ : জয়মতী

7.   প্ৰশ্ন : প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল ?
উত্তৰ : আইদেউ সন্দিকৈ

8.   প্ৰশ্ন : প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি
উত্তৰ : অবুজ বেদনা

9.   প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি ?
উত্তৰ : জয়মতী

10.          প্ৰশ্ন : প্ৰথম অসমীয়া সামাজিক নাটক কি ?
উত্তৰ : ৰাম নৱমী

11.          প্ৰশ্ন : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাট খন কি?
উত্তৰ : ধৰালৈ যিদিনা নামিব সৰগ

12.          প্ৰশ্ন : গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : ৰাম নৱমী

13.          প্ৰশ্ন :- সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আছিল ?
উত্তৰ : লম্বোদৰ বৰা ; নাট: শকুন্তলা

14.          প্ৰশ্ন :- এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা

15.          প্ৰশ্ন : কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল ?
উত্তৰ : বড়ো

16.          প্ৰশ্ন : ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয় ?
উত্তৰ : অসমৰ ডিগবৈত


17.          প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি ?
উত্তৰ : ° ফকৰুদ্দিন আলি আহমেদ

No comments:

Post a Comment