Assam General Knowledge (GK) Part 02 : Assamese Language
Hii Firends, Here you find the Assam General Knowledge Questions & Answer in Assamese language. Read the Assam GK questions for a
better preparation for competitive exams. You can join our WhatsApp group for
more general knowledge & job notification .
1.
প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি ?
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)
2.
প্ৰশ্ন : এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা
উত্তৰ : ভোগেশ্বৰ বৰুৱা
3.
প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ
4.
প্ৰশ্ন : প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি ?
উত্তৰ : আনন্দৰাম বৰুৱা
উত্তৰ : আনন্দৰাম বৰুৱা
5.
প্ৰশ্ন : প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি ?
উত্তৰ : অচ্যুত শইকীয়া।
উত্তৰ : অচ্যুত শইকীয়া।
6.
প্ৰশ্ন : প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা
7.
প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী
উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী
8.
প্ৰশ্ন : অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল ?
উত্তৰ : মহানন্দ দাস
উত্তৰ : মহানন্দ দাস
9.
প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি ?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)
10.
প্ৰশ্ন : প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি ?
উত্তৰ : ৰুক্মিণী হৰণ
উত্তৰ : ৰুক্মিণী হৰণ
11.
প্ৰশ্ন : ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি ?
উত্তৰ : ছাৰ ছৈয়দ চাদুল্লা
উত্তৰ : ছাৰ ছৈয়দ চাদুল্লা
12.
প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি ?
উত্তৰ : যাত্ৰিকৰ যাত্ৰা।
উত্তৰ : যাত্ৰিকৰ যাত্ৰা।
13.
প্ৰশ্ন : অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল?
উত্তৰ : নাথান ব্ৰাউন
উত্তৰ : নাথান ব্ৰাউন
14.
প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি ?
উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ
উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ
Very nice
ReplyDelete