Assam General knowledge
(GK) in Assamese Language : Set 06
1. প্ৰশ্ন :- আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?
উত্তৰ : ১৬৮২ চনত
উত্তৰ : ১৬৮২ চনত
2. প্ৰশ্ন :- অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল ?
উত্তৰ : ১৫৪৮ চনত
উত্তৰ : ১৫৪৮ চনত
3. প্ৰশ্ন :- অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ?
উত্তৰ : ১৯২০ চনত
উত্তৰ : ১৯২০ চনত
4. প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল ?
উত্তৰ : ১৯৪৮ চনত
উত্তৰ : ১৯৪৮ চনত
5. প্ৰশ্ন :- কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ?
উত্তৰ : ১৬৭১ চনত
উত্তৰ : ১৬৭১ চনত
6. প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল ?
উত্তৰ : ১৮৪৭ চনত
উত্তৰ : ১৮৪৭ চনত
7. প্ৰশ্ন : টেলিফোন আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত কোন চনত হৈছিল ?
উত্তৰ : ১৮৬৬
উত্তৰ : ১৮৬৬
8. প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল ?
উত্তৰ : ১৯১৭ চনত
উত্তৰ : ১৯১৭ চনত
9. প্ৰশ্ন :- অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল ?
উত্তৰ : ১৮৮৬
উত্তৰ : ১৮৮৬
প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয় ?
উত্তৰ : ১৮৭৩ চনত
উত্তৰ : ১৮৭৩ চনত
Disclaimer : The Information contained in this
page is a self-study of the author of AssamSakori.in and is provided only for general information
purpose. I the Editor of AssamSakori.in tried
my best to keep all the information correct and accurate but in certain case
there may occur error in the questions/ options/answers and so it is not to
hurt the sentiment of any caste/community/tribe/religion for providing wrong
info, and if so error occurs please comment us or contact us by email and it
will be modified to the correct one as soon as possible..
Hi
ReplyDelete