Job Search

Assam GK - Set 09

Assam General knowledge (GK) in Assamese Language : Set 09


) প্ৰশ্ন –  প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি ?
উত্তৰ : অসমীয়া পুথিৰ তালিকা
) প্ৰশ্ন :- ‘উত্তৰাকাণ্ড ৰামায়ণ অসমীয়া অনুবাদ কোনে কৰিছিল ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে
) প্ৰশ্ন :- শোণিত কুঁৱৰীনাটক খনৰ লেখক কোন ?
উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
) প্ৰশ্ন :- অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি ?
উত্তৰ : অসম সাহিত্য সভা
) প্ৰশ্ন : – ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ?
উত্তৰ : মাধৱ কন্দলী
) প্ৰশ্ন :- অসমীয়া সাহিত্যৰৱাল্টাৰ স্কটবুলি কাক আখ্যা দিয়া হয়?
উত্তৰ : ৰজনীকান্ত বৰদলৈ
) প্ৰশ্ন :- প্ৰায় সমগ্ৰমহাভাৰতকোনে অসমীয়াত ৰচনা কৰিছিল?
উত্তৰ : ৰাম সৰস্বতী
) প্ৰশ্ন : ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজনামৰ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ : নাথান ব্ৰাউন
) প্ৰশ্ন :- অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?
উত্তৰ : বীণ বৰাগী
0) প্ৰশ্ন :- অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিক গৰাকী কন?
উত্তৰ : ………………………………..


Disclaimer : The Information contained in this page is a self-study of the author of AssamSakori.in  and is provided only for general information purpose. I the Editor of AssamSakori.in  tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us or contact us by email and it will be modified to the correct one as soon as possible..

No comments:

Post a Comment