Job Search

Assam GK - Set 11

Assam General knowledge (GK) in Assamese Language : Set 11


) প্ৰশ্ন :- অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰথম অধিবেশন কেতিয়া হৈছিল ?
উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত
) প্ৰশ্ন :- কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে ?
উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে
) প্ৰশ্ন :- প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি ?
উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী
) প্ৰশ্ন :- কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাককলাগুৰুউপাধি প্ৰদান কৰিছিল ?
উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত
) প্ৰশ্ন : ‘ধন্য নৰ তনু ভালনামৰ পুথি খন কোনে ৰচনা কৰিছিল ?
উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল
) প্ৰশ্ন :- অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল ?
উত্তৰ : মাগধী, প্ৰাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল
) প্ৰশ্ন :- ‘কীৰ্তন-ঘোষাআৰুনামঘোষা ৰচক কোন?
উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল
) প্ৰশ্ন : পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল ?
উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল
) প্ৰশ্ন : অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি ?
উত্তৰ : তেওঁলোক মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন
0) প্ৰশ্ন :- মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত


Disclaimer : The Information contained in this page is a self-study of the author of AssamSakori.in  and is provided only for general information purpose. I the Editor of AssamSakori.in  tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us or contact us by email and it will be modified to the correct one as soon as possible..

2 comments:

  1. ১০ নং উত্তৰটো শুদ্ধ কৰি দিব। ১৯৪২ হ'ব।

    ReplyDelete
  2. Dear sir please kindly Gk PDF file send me. My email I'd birenloing4@gmail.com

    ReplyDelete