Job Search

Assam GK - Set 12

Assam General knowledge (GK) in Assamese Language : Set 12

Get Daily Job Alerts :

Join Our WhatsApp Group
Join Our FaceBook Group
Facebook Page





1. প্ৰশ্ন :- অসমৰ প্ৰাচীন নাম কি ?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ
2. প্ৰশ্ন :- কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
উত্তৰ :ভাস্কৰবৰ্মাৰ দিনত 
3. প্ৰশ্ন :- চীনা পৰিব্ৰাজকজনৰ নাম কি ?
উত্তৰ :হিউৱেন চাং
4. প্ৰশ্ন :- ‘অসমনাম কেতিয়াৰ পৰা হয় ?
উত্তৰ :আহোমসকলৰ ৰাজত্ব কালৰ পৰা 
5. প্ৰশ্ন :- আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
উত্তৰ :প্ৰায় ৬০০ বছৰ 
6. প্ৰশ্ন :- আহোমসকল কেতিয়া অসমলৈ আহিছিল?
উত্তৰ : ইংৰাজী ১২২৮ চনত
7. প্ৰশ্ন :- অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চুকাফা
8. প্ৰশ্ন :- আহোমৰ শেষ ৰজাজনৰ নাম কি ?
উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ 
9. প্ৰশ্ন : আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ
10. প্ৰশ্ন :- অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে ?
উত্তৰ : আহোম সকলে

Disclaimer : The Information contained in this page is a self-study of the author of AssamSakori.in  and is provided only for general information purpose. I the Editor of AssamSakori.in  tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us or contact us by email and it will be modified to the correct one as soon as possible..

1 comment: