Job Search

Assam GK - Set 13

Assam General knowledge (GK) in Assamese Language : Set 13

Get Daily Job Alerts :

Join Our WhatsApp Group
Join Our FaceBook Group
Facebook Page




প্ৰশ্ন :- আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল ?
উত্তৰ : ১২৫৩ চনত
প্ৰশ্ন :- কোন ৰজাৰ শাসন কালত আৰু জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল ?
উত্তৰ : ৰাৰজা চলিকফাৰ শাসন কালত ; জেৰেঙা পথাৰত
প্ৰশ্ন :- আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?
উত্তৰ : ১৬৮২ চনত
প্ৰশ্ন :- জয়দল, জয়সাগৰ পুখুৰী  কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ
প্ৰশ্ন :- অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি ?
উত্তৰ : শিৱসাগৰ
প্ৰশ্ন :- আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ অৱস্থিত ?
উত্তৰ : বশিষ্ঠাশ্ৰমত

Disclaimer : The Information contained in this page is a self-study of the author of AssamSakori.in  and is provided only for general information purpose. I the Editor of AssamSakori.in  tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us or contact us by email and it will be modified to the correct one as soon as possible..

1 comment: