Expected General Knowledge in Assamese Language important for Assam State Exam.
প্ৰশ্ন :- উমানন্দ মন্দিৰ কোন পাহাৰৰ ওপৰত আছে?
A. নীলাচল পাহাৰ
B. চিত্ৰাচল পাহাৰ
C. ভস্মাচল পাহাৰ
A. নীলাচল পাহাৰ
B. চিত্ৰাচল পাহাৰ
C. ভস্মাচল পাহাৰ
D. সন্ধ্যাচল পাহাৰ
উত্তৰ : C. ভস্মাচল পাহাৰ
প্ৰশ্ন :- "Pyramid of Assam" বুলি কোৱা হয়-
A. শুৱালকুছি
B. তেজপুৰ
C. অগ্নিগড়
D. চৰাইদেউ মৈদাম
উত্তৰ : D. চৰাইদেউ মৈদাম
প্ৰশ্ন :- অসম সাহিত্য সভাৰ মূখ্য কাৰ্যালয়টোৰ নাম কি?
A. পদ্মনাথ ভৱন
B. চন্দ্ৰকান্ত সন্দিকৈ ভৱন
C. সাহিত্য সভা ভৱন
D. অসম ভৱন
A. পদ্মনাথ ভৱন
B. চন্দ্ৰকান্ত সন্দিকৈ ভৱন
C. সাহিত্য সভা ভৱন
D. অসম ভৱন
উত্তৰ : B. চন্দ্ৰকান্ত সন্দিকৈ ভৱন
প্ৰশ্ন :- অসমৰ কোনখন ঠাইক "কন্যাপুৰ" বুলি কোৱা হয়?
A. তেজপুৰ
B. মালিনী থান
C. মাজুলী
D. শদিয়া
উত্তৰ : A. তেজপুৰ
প্ৰশ্ন :- অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো?
A. ফুলগুৰিৰ ধোৱা
B. পথৰুঘাটৰ ৰণ
C. ৰঙীয়াৰ কৃষক বিদ্ৰোহ
D. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন
A. ফুলগুৰিৰ ধোৱা
B. পথৰুঘাটৰ ৰণ
C. ৰঙীয়াৰ কৃষক বিদ্ৰোহ
D. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন
উত্তৰ : A. ফুলগুৰিৰ ধোৱা
প্ৰশ্ন :- "World Rhino Day" কোন তাৰিখে পালন কৰা হয়?
A. ২২ মে
B. ২২ অক্টোবৰ
C. ২১ এপ্ৰিল
D. ২২ চেপ্তেম্বৰ
উত্তৰ : D. ২২ চেপ্তেম্বৰ
প্ৰশ্ন :- "তানচেন" ৰ অন্য এটা নাম কি?
A. ৰামাতানু পান্ডে
B. মহেশ দাস
C. বীৰসিংহ
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. ৰামাতানু পান্ডে
প্ৰশ্ন :- "ভাস্কো-দা-গামা" ৰ ভাৰত অভিমুখী জাহাজৰ নেতৃত্ব দিয়া গুজৰাটী নাবিক জন কোন আছিল?
A. আব্দুল মজিদ
B. নাদিৰ খান
C. মনচুৰ দাস
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. আব্দুল মজিদ
প্ৰশ্ন :- তলৰ কোনটো নৃত্য "আলি-আই-লৃগাং" ৰ লগত জড়িত-
A. ঝুমুৰ নৃত্য
B. খেৰাই নৃত্য
C. দেওধনী নৃত্য
D. গুমৰাগ নৃত্য
উত্তৰ : D. গুমৰাগ নৃত্য
প্ৰশ্ন :- "MCI- Medical Council of India" গঠন হয়-
A. 1967
B. 1944
C. 1933
D. 1950
A. 1967
B. 1944
C. 1933
D. 1950
উত্তৰ : C. 1933
প্ৰশ্ন :- "সত্ৰীয়া নৃত্যক" Classical Dance হিচাপে স্বীকৃতি দিয়া হয়-
A. 2000 চনত
B. 2002 চনত
C. 2019 চনত
D. 2018 চনত
উত্তৰ : A. 2000 চনত
প্ৰশ্ন :- "ভাৰত ৰত্ন" পোৱা দ্বিতীয়জন অসমীয়া হ'ল-
A. গোপীনাথ বৰদলৈ
B. মামণি ৰয়ছম গোস্বামী
C. ভূপেন হাজৰিকা
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. ভূপেন হাজৰিকা
প্ৰশ্ন :- নৰনাৰায়ণৰ প্ৰকৃত নাম কি?
A. বিশু
B. মল্লদেৱ
C. শুক্লধ্বজ
D. ৰঘুদেৱ
উত্তৰ : B. মল্লদেৱ
প্ৰশ্ন :- - অসমৰ কোন খন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত?
A. পবিতৰা অভয়াৰণ্য
B. সোণাই ৰূপাই অভয়াৰণ্য
C. গৰমপানী অভয়াৰণ্য
D. চক্ৰশিলা অভয়াৰণ্য
A. পবিতৰা অভয়াৰণ্য
B. সোণাই ৰূপাই অভয়াৰণ্য
C. গৰমপানী অভয়াৰণ্য
D. চক্ৰশিলা অভয়াৰণ্য
উত্তৰ : D. চক্ৰশিলা অভয়াৰণ্য
প্ৰশ্ন :- "অসমৰ নেপোলিয়ন" বুলি কোনজন আহোম ৰজাক কোৱা হয়?
A. চুহুংমুং
B. গদাধৰ সিংহ
C. প্ৰতাপ সিংহ
D. চক্ৰধ্বজ সিংহ
উত্তৰ : A. চুহুংমুং
প্ৰশ্ন :- ভাৰতৰ লগত আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা (International boundary)কোনখন দেশৰ আছে?
A. চীন
B. বাংলাদেশ
C. পাকিস্তান
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. বাংলাদেশ
প্ৰশ্ন :- তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ সুঁতী
A. বুঢ়ী সুঁতী
B. খেৰকটীয়া সুঁতী
C. কলং সুঁতী
D. ওপৰৰ আটাইকেইটা
উত্তৰ :
প্ৰশ্ন :- মহাত্মা গান্ধীৰ "ৰাজনৈতিক গুৰু" কোন আছিল-
A. গোপাল কৃষ্ণ গোখলে
B. মতিলাল নেহৰু
C. মহাদেৱ দেশাই
D. ওপৰৰ আটাইকেইজন
উত্তৰ : A. গোপাল কৃষ্ণ গোখলে
প্ৰশ্ন :- প্ৰথম অসমীয়া ছনেট পুথি-
A. মালচ
B. প্ৰিয়তমৰ চিঠি
C. সুৰভী
D. লাহৰী
উত্তৰ : B. প্ৰিয়তমৰ চিঠি
প্ৰশ্ন :- বিশ্ব জনসংখ্যা দিবস (World Population Day) কোন তাৰিখে পালন কৰা হয়?
A. 11 মাৰ্চ
B. 11 ডিচেম্বৰ
C. 11 জানুৱাৰী
D. 11 জুলাই
উত্তৰ : D. 11 জুলাই
Disclaimer : The
Information contained in this page is a self-study of the author of
AssamSakori.in and is provided only for general information purpose. I
the Editor of AssamSakori.in tried my best to keep all the information
correct and accurate but in certain case there may occur error in the
questions/ options/answers and so it is not to hurt the sentiment of any
caste/community/tribe/religion for providing wrong info, and if so error occurs
please comment us or contact us by email and it will be modified to the correct
one as soon as possible.
No comments:
Post a Comment