Expected General Knowledge in Assamese Language
important for all Assam State Exam.
প্ৰশ্ন :- বিশ্ব ঐতিহ্য দিৱস (World Heritage Day) কোন তাৰিখে পালন কৰা হয়?
A. 21 এপ্ৰিল
B. 18 এপ্ৰিল
C. 23 এপ্ৰিল
D. 25 এপ্ৰিল
প্ৰশ্ন :- কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দু শকাব্দ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল?
A. চুহুংমুং
B. গদাধৰ সিংহ
C. প্ৰতাপ সিংহ
D. চক্ৰধ্বজ সিংহ
প্ৰশ্ন :- 'লাইট অব
এছিয়া' বুলি কোৱা
হয়?
A. মহাত্মা গান্ধী
B. এ.পি.জে আব্দুল কালাম
C. গৌতম বুদ্ধ
A. মহাত্মা গান্ধী
B. এ.পি.জে আব্দুল কালাম
C. গৌতম বুদ্ধ
উত্তৰ : C. গৌতম বুদ্ধ
প্ৰশ্ন :- ইংৰাজে কছাৰী ৰাজ্য নিজৰ অধীন কৰে-
A. 1820 চনত
B. 1821 চনত
C. 1826 চনত
D. 1832 চনত
A. 1820 চনত
B. 1821 চনত
C. 1826 চনত
D. 1832 চনত
উত্তৰ : D. 1832 চনত
প্ৰশ্ন :- 'মিৰজা নুৰোদ্দিন মহম্মদ খান চেলিম' কাৰ প্ৰকৃত নাম আছিল?
A. মহম্মদ বিন বখতিয়াৰ
B. জাহাংগীৰ
C. ইব্রাহিম লোডী
A. মহম্মদ বিন বখতিয়াৰ
B. জাহাংগীৰ
C. ইব্রাহিম লোডী
উত্তৰ : B. জাহাংগীৰ
প্ৰশ্ন :- কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যদা দিয়া হয়-
A. প্ৰতাপ সিংহ
B. ৰুদ্ৰ সিংহ
C. চক্ৰধ্বজ সিংহ
D. গদাধৰ সিংহ
A. প্ৰতাপ সিংহ
B. ৰুদ্ৰ সিংহ
C. চক্ৰধ্বজ সিংহ
D. গদাধৰ সিংহ
উত্তৰ : B. ৰুদ্ৰ সিংহ
প্ৰশ্ন :- অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটী (দিচপুৰ)লৈ স্থানান্তৰ কৰা হয়-
A. 1973
B. 1974
C. 1911
D. 2002
A. 1973
B. 1974
C. 1911
D. 2002
উত্তৰ : A. 1973
প্ৰশ্ন :- "আভাস
কুমাৰ গাংগুলী" তলৰ
কোনজন ব্যক্তিৰ প্ৰকৃত নাম?
A. সৌৰভ গাংগুলী
B. কিশোৰ কুমাৰ
C. ৰাম গোপাল বাৰ্মা
উত্তৰ : B. কিশোৰ কুমাৰ
A. সৌৰভ গাংগুলী
B. কিশোৰ কুমাৰ
C. ৰাম গোপাল বাৰ্মা
উত্তৰ : B. কিশোৰ কুমাৰ
প্ৰশ্ন :- -ভাৰতৰ সৰ্বপ্ৰথম মহিলা মূখ্যমন্ত্ৰী -
A. আনোৱাৰা টাইমূৰ
B. ইন্দিৰা গান্ধী
C. সুচেতা কৃপালনী
D. ওপৰৰ এটাও নহয়
A. আনোৱাৰা টাইমূৰ
B. ইন্দিৰা গান্ধী
C. সুচেতা কৃপালনী
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. সুচেতা কৃপালনী
প্ৰশ্ন :- IRDP ৰ সম্পূৰ্ণ ৰূপ হ'ল-
A. Integrated Rural Development programme
B. International Rural Development programme
C. Inter Rural Development programme
D. Indian Rural Development programme
A. Integrated Rural Development programme
B. International Rural Development programme
C. Inter Rural Development programme
D. Indian Rural Development programme
উত্তৰ : A. Integrated
Rural Development programme
প্ৰশ্ন :- বিশ্ব ঐতিহ্য দিৱস (World Heritage Day) কোন তাৰিখে পালন কৰা হয়?
A. 21 এপ্ৰিল
B. 18 এপ্ৰিল
C. 23 এপ্ৰিল
D. 25 এপ্ৰিল
উত্তৰ : B. 18 এপ্ৰিল
প্ৰশ্ন :-. এক অশ্বক্ষমতাৰ (horsepower) মান হ'ল–
A. 746 W
B. 726 W
C. 738 W
D. 764 W
A. 746 W
B. 726 W
C. 738 W
D. 764 W
উত্তৰ : A. 746 W
প্ৰশ্ন :- ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?
A. ৰাষ্ট্ৰপতি
B. প্ৰধানমন্ত্ৰী
C. লোকসভাৰ অধ্যক্ষ
D. ওপৰৰ এটাও নহয়
প্ৰশ্ন :- ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?
A. ৰাষ্ট্ৰপতি
B. প্ৰধানমন্ত্ৰী
C. লোকসভাৰ অধ্যক্ষ
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. প্ৰধানমন্ত্ৰী
প্ৰশ্ন :- কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দু শকাব্দ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল?
A. চুহুংমুং
B. গদাধৰ সিংহ
C. প্ৰতাপ সিংহ
D. চক্ৰধ্বজ সিংহ
উত্তৰ : A. চুহুংমুং
প্ৰশ্ন :- অসম বুৰঞ্জীত "জলম বটা" বুলি কাক কোৱা হৈছিল?
A. নুমলী বৰগোহাঁই
B. কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা
C. লালুকসোলা বৰফুকন
D. ওপৰৰ আটাইকেইজন।
A. নুমলী বৰগোহাঁই
B. কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা
C. লালুকসোলা বৰফুকন
D. ওপৰৰ আটাইকেইজন।
উত্তৰ : B. কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা
প্ৰশ্ন :- বদন বৰফুকনক কাৰ দ্বাৰা হত্যা কৰোৱা হৈছিল?
A. ৰুচীনাথ
B. ভোটাই ডেকা
C. ৰূপসিং চুবেদাৰ
D. ওপৰৰ এটাও নহয়
A. ৰুচীনাথ
B. ভোটাই ডেকা
C. ৰূপসিং চুবেদাৰ
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. ৰূপসিং চুবেদাৰ
প্ৰশ্ন :- নৰনাৰায়ণৰ ৰাজত্ব কালৰ কোনজন পৰিব্ৰাজক আহিছিল-
A. ৰাল্ফ ফিটচ্
B. আডাম স্মিথ
C. গ্লেনিয়াৰ্চ
D. কেপ্টেইন ৱেলছ
A. ৰাল্ফ ফিটচ্
B. আডাম স্মিথ
C. গ্লেনিয়াৰ্চ
D. কেপ্টেইন ৱেলছ
উত্তৰ : A. ৰাল্ফ ফিটচ্
প্ৰশ্ন :- ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ কোনটো সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হয়-
A. 45 নং
B. 94 নং
C. 76 নং
D. 42 নং
A. 45 নং
B. 94 নং
C. 76 নং
D. 42 নং
উত্তৰ : D. 42 নং
প্ৰশ্ন :- "Manchester
of Indus valley civilization" বুলি কোন চহৰক কোৱা হৈছিল-
A. মহেঞ্জোদাৰো
B. লথাল
C. হৰপ্পা
D. ওপৰৰ এটাও নহয়
A. মহেঞ্জোদাৰো
B. লথাল
C. হৰপ্পা
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. লথাল
প্ৰশ্ন :- "সত্যমেব জয়তে" কোন উপনিষদৰ পৰা লোৱা হৈছে
A. মুণ্ডক উপনিষদ
B. জামিনিয় উপনিষদ
C. কথা উপনিষদ
D. বৃহদাৰণ্যক উপনিষদ
A. মুণ্ডক উপনিষদ
B. জামিনিয় উপনিষদ
C. কথা উপনিষদ
D. বৃহদাৰণ্যক উপনিষদ
উত্তৰ : A. মুণ্ডক উপনিষদ
প্ৰশ্ন :- অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়?
A. বীৰপাল
B. চুকাফা
C. নৰনাৰায়ণ
D. গদাধৰ সিংহ
A. বীৰপাল
B. চুকাফা
C. নৰনাৰায়ণ
D. গদাধৰ সিংহ
উত্তৰ : C. নৰনাৰায়ণ
প্ৰশ্ন :- "Gateway of Assam" বুলি কোৱা হয়-
A. নৰ্থব্ৰুক গেট
B. দ-পৰ্বতীয়া তোৰণ
C. অসম- পশ্চিমবংগ পথ
D. ওপৰৰ এটাও নহয়
A. নৰ্থব্ৰুক গেট
B. দ-পৰ্বতীয়া তোৰণ
C. অসম- পশ্চিমবংগ পথ
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. নৰ্থব্ৰুক গেট
প্ৰশ্ন :- শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল?
A. 1671
B. 1771
C. 1683
D. 1662
A. 1671
B. 1771
C. 1683
D. 1662
উত্তৰ : A. 1671
Disclaimer : The
Information contained in this page is a self-study of the author of
AssamSakori.in and is provided only for general information purpose. I
the Editor of AssamSakori.in tried my best to keep all the information
correct and accurate but in certain case there may occur error in the
questions/ options/answers and so it is not to hurt the sentiment of any
caste/community/tribe/religion for providing wrong info, and if so error occurs
please comment us or contact us by email and it will be modified to the correct
one as soon as possible.
No comments:
Post a Comment