প্ৰশ্ন :-প্রথম 'ভাৰতৰত্ন' বিজয়ী মহিলা গৰাকী কোন আছিল?
A. ইন্দিৰা গান্ধী
B. কল্পনা চাওলা
C. সৰোজিনী নাইডু
A. ইন্দিৰা গান্ধী
B. কল্পনা চাওলা
C. সৰোজিনী নাইডু
উত্তৰ : A. ইন্দিৰা গান্ধী
প্ৰশ্ন :-মুলাগাভৰু কাৰ পত্নী আছিল?
A. আইখেন বৰগোহাঁই
B. মোমাই তামুলী বৰবৰুৱা
C. ফ্ৰাচেংমুং বৰগোহাঁই
D. ওপৰৰ এটাও নহয়
A. আইখেন বৰগোহাঁই
B. মোমাই তামুলী বৰবৰুৱা
C. ফ্ৰাচেংমুং বৰগোহাঁই
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. ফ্ৰাচেংমুং বৰগোহাঁই
প্ৰশ্ন :-"মোৰ
সোঁৱৰণী" তলৰ
কোনজন সাহিত্যিকৰ আত্মজীৱনী হয়?
A. লক্ষ্মীনাথ বেজবৰুৱা
B. পদ্মনাথ গোহাঞিবৰুৱা
B. লক্ষ্মীনাথ ফুকন
উত্তৰ : B. পদ্মনাথ গোহাঞিবৰুৱা
A. লক্ষ্মীনাথ বেজবৰুৱা
B. পদ্মনাথ গোহাঞিবৰুৱা
B. লক্ষ্মীনাথ ফুকন
উত্তৰ : B. পদ্মনাথ গোহাঞিবৰুৱা
প্ৰশ্ন :-"Indica"
গ্ৰন্হৰ লেখক কোন?
A. মেগাস্হেনিচ্
B. কৌটিল্য
C. বিষাখা দত্ত
D. ওপৰৰ এটাও নহয়
A. মেগাস্হেনিচ্
B. কৌটিল্য
C. বিষাখা দত্ত
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. মেগাস্হেনিচ্
প্ৰশ্ন :-'ৰাষ্ট্ৰীয়
চলচিত্ৰ' বঁটা পোৱা প্ৰথম চলচিত্ৰখন আছিল?
A. মাদাৰ ইণ্ডিয়া
B. শ্যামচী আই
C. ৰাজা হৰিচন্দ্ৰ
উত্তৰ : B. শ্যামচী আই
A. মাদাৰ ইণ্ডিয়া
B. শ্যামচী আই
C. ৰাজা হৰিচন্দ্ৰ
উত্তৰ : B. শ্যামচী আই
প্ৰশ্ন :- গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল?
A. 1947
B. 1955
C. 1948
D. 1946
A. 1947
B. 1955
C. 1948
D. 1946
উত্তৰ : C. 1948
প্ৰশ্ন :- UNESCO ৰ মুখ্য কাৰ্যালয় ক’ত?
A. পেৰিছ
B. নিউয়ৰ্ক
C. জেনেভা
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. পেৰিছ
প্ৰশ্ন :- পঞ্জাৱ কেশৰী কোন?
A. লালা লাজপত ৰায়
B. গোপাল কৃষ্ণ গোখলে
C. বাল গংগাধৰ তিলক
D. ওপৰৰ এটাও নহয়
A. লালা লাজপত ৰায়
B. গোপাল কৃষ্ণ গোখলে
C. বাল গংগাধৰ তিলক
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. লালা লাজপত ৰায়
প্ৰশ্ন :- "United
Nations Day"" কেতিয়া পালন কৰা হয়?
A. 22 July
B. 24 Nov
C. 24 Oct
D. 4 Dec
A. 22 July
B. 24 Nov
C. 24 Oct
D. 4 Dec
উত্তৰ : C. 24 Oct
প্ৰশ্ন :- বিশ্বকাপ ক্ৰিকেটৰ প্রথম খেলখন কোন দুখন দেশৰ মাজত হৈছিল ?
A. পাকিস্তান - ভাৰত
B. ৱেষ্টইণ্ডিজ - অষ্ট্ৰেলিয়া
C. ভাৰত – ইংলেণ্ড
উত্তৰ : ?????????
A. পাকিস্তান - ভাৰত
B. ৱেষ্টইণ্ডিজ - অষ্ট্ৰেলিয়া
C. ভাৰত – ইংলেণ্ড
উত্তৰ : ?????????
প্ৰশ্ন :- ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
A. জন্মু আৰু কাশ্মীৰ
B. কৰ্ণাটক
C. নতুন দিল্লীৰ
D. বাঙ্গালোৰত
A. জন্মু আৰু কাশ্মীৰ
B. কৰ্ণাটক
C. নতুন দিল্লীৰ
D. বাঙ্গালোৰত
উত্তৰ : D. বাঙ্গালোৰত
প্ৰশ্ন :- ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?
A. জৱাহৰলাল নেহৰু
B. চি. ৰাজাগোপালচাৰী।
C. ৰাজেন্দ্ৰ প্ৰসাদ
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. চি. ৰাজাগোপালচাৰী।
প্ৰশ্ন :- ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ‘ডেৰাডুন’?
A. কেৰেলা
B. উত্তৰাখণ্ড
C. ঝাৰখণ্ড
D. ওপৰৰ এটাও নহয়
A. কেৰেলা
B. উত্তৰাখণ্ড
C. ঝাৰখণ্ড
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. উত্তৰাখণ্ড
প্ৰশ্ন :- ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?
A. যমুনা
B. গংগা
C. গোদাবৰী
D. দামোদৰ নদী।
A. যমুনা
B. গংগা
C. গোদাবৰী
D. দামোদৰ নদী।
উত্তৰ : D. দামোদৰ নদী।
প্ৰশ্ন :- কোনটো গ্ৰহক পৃথিৱীৰ ‘যমজ’ বোলে?
A. বুধ
B. শুক্ৰ।
C. মংগল
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. শুক্ৰ।
প্ৰশ্ন :- কোন খন ৰাজ্যৰ সৈতে ‘কথক’ নৃত্য জড়িত?
A. কেৰেলা
B. মহাৰাষ্ট্ৰৰ
C. গুজৰাট
D. ওপৰৰ এটাও নহয়
A. কেৰেলা
B. মহাৰাষ্ট্ৰৰ
C. গুজৰাট
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. কেৰেলা
প্ৰশ্ন :- অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ?
A. আনন্দ চন্দ্ৰ আগৰৱালা
B. ৰঘুনাথ চৌধাৰী
C. তৰুণৰাম ফুকন
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. আনন্দ চন্দ্ৰ আগৰৱালা
প্ৰশ্ন :- প্ৰথম অসমীয়া গদ্য লেখক কোন ?
A. ভট্টদেৱ
B. লক্ষ্মীনাথ বেজবৰুৱা
C. শ্ৰীমন্ত শংকৰদেৱ
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. ভট্টদেৱ
প্ৰশ্ন :- জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক’ত হৈছিল?
A. অমৃতসৰ
B. দিল্লী
C. শ্ৰীলংকা
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. অমৃতসৰ
প্ৰশ্ন :- প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি
A. ফিৰিঙতি
B. উত্তৰ কাল
C. ভাইটী
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. ভাইটী
প্ৰশ্ন :- অশোকৰ জীয়েক কোন হয়?
A. বিদিশা
B. ৰেজীয়া চুলতানা
C. সংঘামিত্ৰা
D. ওপৰৰ এটাও নহয়
A. বিদিশা
B. ৰেজীয়া চুলতানা
C. সংঘামিত্ৰা
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. সংঘামিত্ৰা
প্ৰশ্ন :- সীমান্ত গান্ধী কোন?
A. মহাত্মা গান্ধী
B. খান অব্দুল গফৰ খান
C. দুয়োজন
D. ওপৰৰ এজনো নহয়
উত্তৰ : B. খান অব্দুল গফৰ খান
প্ৰশ্ন :- ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?
A. হৰ্ষবৰ্দ্ধন
B. সমুদ্ৰ গুপ্ত
C. দুয়োজন
D. এজনো নহয়
উত্তৰ : B. সমুদ্ৰ গুপ্ত
Disclaimer : The
Information contained in this page is a self-study of the author of
AssamSakori.in and is provided only for general information purpose. I
the Editor of AssamSakori.in tried my best to keep all the information
correct and accurate but in certain case there may occur error in the
questions/ options/answers and so it is not to hurt the sentiment of any
caste/community/tribe/ religion for providing wrong info, and if so error occurs
please comment us or contact us by email and it will be modified to the correct
one as soon as possible.
t
ReplyDelete