Job Search

Expected General Knowledge in Assamese Language - Part 18


প্ৰশ্ন :-   সত্যাগ্রহ শব্দটোৰ অৰ্থ হৈছে?
A.
সুবিচাৰ
B.
অহিংস আন্দোলন
C.
সত্য আৰু অহিংসা
উত্তৰ : C. সত্য আৰু অহিংসা


প্ৰশ্ন :-   দিল্লী চলোশ্লোগানটো কাৰ?
A.
বাল গংগাধৰ তিলক
B.
সুভাষ চন্দ্ৰ বসু
C.
লালবাহাদুৰ শাস্ত্ৰী
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. সুভাষ চন্দ্ৰ বসু
প্ৰশ্ন :-   তলৰ কোনবিধৰ বাবে তাজমহলৰ প্রতি ভাবুকি আহি পৰিছে ?
A.
ছালফাৰ ডাই অক্সাইড
B.
ক্ল'ৰফ্লু' কাৰ্বন
C.
কাৰ্বন মনক্সাইড
উত্তৰ : A. ছালফাৰ ডাই অক্সাইড


প্ৰশ্ন :-   ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন ?
A.
গোবিন্দ ৰানাডে
B.
দয়ানন্দ সৰস্বতী
C.
ৰাজা ৰামমোহন ৰয়
D.
ওপৰৰ এটাও নহয়
উত্তৰ : C. ৰাজা ৰামমোহন ৰয়

প্ৰশ্ন :-   ভাৰতৰ প্ৰথম ভাইচৰয়………..
A.
লৰ্ড ৱেলিংটন
B.
বেণ্টিংক
C.
লৰ্ড কেনিং
D.
ওপৰৰ এটাও নহয়
উত্তৰ : C. লৰ্ড কেনিং
প্ৰশ্ন :-   "আগষ্ট বিপ্লৱ" কাক বুলি কোৱা হয়?
A.
অসহযোগ আন্দোলন
B.
ভাৰত ত্যাগ আন্দোলন
C.
আইন অমান্য আন্দোলন
উত্তৰ : B. ভাৰত ত্যাগ আন্দোলন


প্ৰশ্ন :-   গেটৱে অৱ ইণ্ডিয়া-
A.
জন্মু আৰু কাশ্মীৰ
B.
চেন্নাই
C.
দিল্লী
D.
মুম্বাই
উত্তৰ : D. মুম্বাই

প্ৰশ্ন :-   ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
A.
চন্দ্ৰযান-1
B.
আৰ্যভট্ট
C.
চন্দ্ৰযান-2
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. আৰ্যভট্ট
প্ৰশ্ন :-   পৰাধীন ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
A.
গোপীনাথ বৰদলৈ
B.
ছাৰ চৈয়দ মহম্মদ ছাদুল্লা
C.
তৰুণৰাম ফুকন
উত্তৰ : B. ছাৰ চৈয়দ মহম্মদ ছাদুল্লা


প্ৰশ্ন :-   পাটলিপুত্ৰ কোন ঠাইৰ পুৰণি নাম-
A.
পাটনা
B.
পুনে
C.
পুডুচেৰী
D.
ওপৰৰ এটাও নহয়
উত্তৰ : A. পাটনা

প্ৰশ্ন :-   "ক্ৰিকেট মাই ষ্টাইল" নামৰ গ্ৰন্থখন কোনজন ভাৰতীয় ক্ৰিকেটাৰৰ ৰচনা?
A.
সৌৰভ গাংগুলী
B.
বিৰাট কহলী
C.
কপিল দেৱ
D.
ৰিকি পণ্টিং
উত্তৰ : C. কপিল দেৱ

প্ৰশ্ন :-   আইনআকবৰীগ্ৰন্থ কোনে ৰচনা কৰিছিল?
A.
আকব
B.
আবুল ফজল
C.
জাহাংগীৰ
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. আবুল ফজল

প্ৰশ্ন :-   পাণিপথৰ প্ৰথম যুদ্ধ……………………..
A. 1526
চনত
B. 1528
চনত
C. 1524
চনত
D.
ওপৰৰ এটাও নহয়
উত্তৰ : A. 1526 চনত
প্ৰশ্ন :-   ভাৰতত কিমানখন উচ্চ ন্যায়লয় আছে?
A. 21
B. 25
C. 23
D. 20
উত্তৰ : B. 25

প্ৰশ্ন :-  ভূপেন হাজৰিকা সেতুৰ দৈঘ্য-
A. 9.15 km
B. 9.14 km
C. 7.5 km
D. 10 km
উত্তৰ : A. 9.15 km

প্ৰশ্ন :-   ভাস্কৰ বৰ্মন কাৰ সমসাময়িক (Contemporary) আছিল?
A.
হৰ্ষবৰ্দ্ধন
B.
সমুদ্ৰ গুপ্ত
C.
শ্ৰীগুপ্ত
D.
ওপৰৰ এটাও নহয়
উত্তৰ : A. হৰ্ষবৰ্দ্ধন


প্ৰশ্ন :-  "India lives in its villages" কোনে কৈছিল?
A.
ড্ৰনাল
B.
বাৰাক অবামা
C.
মহাত্মা গান্ধী
D.
ওপৰৰ এটাও নহয়
উত্তৰ : C. মহাত্মা গান্ধী

প্ৰশ্ন :-  "বাথৌ পূজা" কোন জনগোষ্ঠীৰ?
A.
কাৰ্বি
B.
টিৱা
C.
ৰাভা
D.
বড়ো
উত্তৰ : D. বড়ো
প্ৰশ্ন :-  বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিল-
A.
কাশীনাথ তামুলী ফুকন
B.
নাথান ব্ৰাউন
C.
আত্মাৰাম শৰ্মাই
D.
ওপৰৰ এটাও নহয়
উত্তৰ : C. আত্মাৰাম শৰ্মাই

প্ৰশ্ন :-   বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈছে-
A.
পদ্মা
B.
মেঘনা
C.
যমুনা
D.
ওপৰৰ এটাও নহয়
উত্তৰ : C. যমুনা


প্ৰশ্ন :-  সতী সাধনী কোন ৰাজ্য/বংশৰ আছিল?
A.
চুতীয়া ৰাজ্যৰ
B.
কোচ ৰাজ্যৰ
C.
আহোম ৰাজ্যৰ
D.
পাল বংশ
উত্তৰ : A. চুতীয়া ৰাজ্যৰ


Disclaimer : The Information contained in this page is a self-study of the author of AssamSakori.in  and is provided only for general information purpose. I the Editor of AssamSakori.in  tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us or contact us by email and it will be modified to the correct one as soon as possible.


2 comments:

  1. i have checked out your questions .. i think u have copied this gk questions from somewhere ... please give proper credit

    ReplyDelete
  2. Important questions and my email

    ReplyDelete