Job Search

Expected General Knowledge in Assamese Language :- Part 19



প্ৰশ্ন :- প্রথম ভাৰতীয় মহিলা IPS বিষয়া গৰাকী কোন আছিল?
A.
কিৰণ বেদী
B.
সৰোজিনী নাইডু
C.
মেভিজ ডান
উত্তৰ : A. কিৰণ বেদী

প্ৰশ্ন :- মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল?
A.
ভগদত্ত
B.
বাণ ৰজা
C.
নৰনাৰায়ণ
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. বাণ ৰজা


প্ৰশ্ন :- অসমৰ আটাইতকৈ সৰু জিলাখন '- (২০১১ লোকপিয়ল অনুসৰি)
A.
মাজুলী
B.
দক্ষিণ শালমাৰা- মানকাচাৰ
C.
কামৰূপ মহানগৰ জিলা
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. দক্ষিণ শালমাৰা- মানকাচাৰ


প্ৰশ্ন :- সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথি-
A.
বনফুল
B.
বিলাতৰ চিঠি
C.
ধৰ্মপুস্তক
D.
ওপৰৰ এটাও নহয়
উত্তৰ : A. বনফুল
প্ৰশ্ন :-  সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হৈছিল?
A. 1965
চনত
B. 1962
চনত
C.
1999 চনত
উত্তৰ : A. 1965 চনত


প্ৰশ্ন :- কাৰ্বি জনগোষ্ঠী কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়?
A.
ৰংখেৰ
B.
চমাংকান
C.
দোহান পূজা
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. চমাংকান

প্ৰশ্ন :-মামনি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল-
A. 2000
চনত
B. 1998
চনত
C. 1999
চনত
D. 2001
চনত
উত্তৰ : A. 2000 চনত

প্ৰশ্ন :- ৰঘুদেৱ কাৰ পুতেক আছিল?
A.
ভগদত্ত
B.
নৰনাৰায়ণ
C.
চিলাৰায়
D.
ওপৰৰ এটাও নহয়
উত্তৰ : C. চিলাৰায়
প্ৰশ্ন :- তলৰ কোনটো ধুমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়?
A.
হেলীৰ ধুমকেতু
B.
টাটলৰ ধুমকেতু
C.
বিয়েলাৰ ধুমকেতু
উত্তৰ : A. হেলীৰ ধুমকেতু


প্ৰশ্ন :- হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?
A.
দুৰ্লভ নাৰায়ণ
B.
প্ৰতাপ ধ্বজ
C.
সিন্ধুৰায়
D.
ওপৰৰ এটাও নহয়
উত্তৰ : A. দুৰ্লভ নাৰায়ণ
প্ৰশ্ন :- "দৰঙী ৰাজ বংশাৱলী" কোনে লিখিছিল?
A.
সুকুমাৰ বৰকাইথ
B.
কবিৰাজ চক্ৰৱৰ্তী
C.
সূৰ্যখৰী দৈবজ্ঞ
D.
ওপৰৰ এটাও নহয়
উত্তৰ : C. সূৰ্যখৰী দৈবজ্ঞ

প্ৰশ্ন :- তলৰকোনজন ভাষা আন্দোলনৰ স্বহীদ ?
A.
খৰ্গেশ্বৰ তালুকদাৰ
B.
ধনজয় বৰগোহাঁই
C.
ৰঞ্জীত বৰপূজাৰী
D.
ওপৰৰ আটাইকেইজন
উত্তৰ : C. ৰঞ্জীত বৰপূজাৰী

প্ৰশ্ন :- হস্তী মহোৎসৱ (Elephant Festival) কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত-
A.
নামেৰী
B.
মানাহ
C.
কাজিৰঙা
D.
ওৰাং
উত্তৰ : C. কাজিৰঙা


প্ৰশ্ন :- কোনখন ঠাইক "Scotland of Assam" বুলি কোৱা হয়-
A.
মাজুলী
B.
হাফলং
C.
উমানন্দ
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. হাফলং

প্ৰশ্ন :- "কৃষক মুক্তি সংগ্ৰাম সমিতি" গঠন কৰা হয়-
A. 2005
চনত
B. 2000
চনত
C. 2007
চনত
D. 2002
চনত
উত্তৰ : A. 2005 চনত
প্ৰশ্ন :- সৌৰজগতৰ বৃহত্তম গ্রহ কোনটো?
A.
পৃথিৱী
B.
বৃহস্পতি
C.
নেপচুন
উত্তৰ : B. বৃহস্পতি

প্ৰশ্ন :- "অভিৰুচি ক্ৰীড়া দিৱস" পালনকৰা হয়-
A. 3
ডিচেম্বৰ
B. 2
ডিচেম্বৰ
C. 29
ডিচেম্বৰ
D. 3
চেপ্তেম্বৰ
উত্তৰ : D. 3 চেপ্তেম্বৰ


প্ৰশ্ন :- অসমৰ জনসংখ্যা ঘনত্ব (2011 লোকপিয়ল অনুসৰি)-
A. 398/km²
B. 397/km²
C. 396/km²
D. 395/km²
উত্তৰ : B. 397/km²

প্ৰশ্ন :-  "RBI" প্ৰতিষ্ঠা কৰা হৈছিল-
A. 1901
চনত
B. 1947
চনত
C. 1935
চনত
D. 1957
চনত
উত্তৰ : C. 1935 চনত


প্ৰশ্ন :-  "NABARD" মূখ্য কাৰ্যালয় '?
A.
নতুন দিল্লী
B.
মুম্বাই
C.
চেন্নাই
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. মুম্বাই

প্ৰশ্ন :- "SAARC" মূখ্য কাৰ্যালয় '?
A.
শ্ৰীলংকা
B.
মুম্বাই
C.
কাঠমাণ্ডু
D.
ওপৰৰ এটাও নহয়
উত্তৰ : C. কাঠমাণ্ডু


প্ৰশ্ন :- "ONGC" কেতিয়া স্থাপন হৈছিল-
A. 1956
চনত
B. 1952
চনত
C. 1945
চনত
D. 1988
চনত
উত্তৰ : A. 1956 চনত


প্ৰশ্ন :-  সিন্ধু সভ্যতাৰ চহৰ লথাল (Lothal) ' অৱস্থিত?
A.
গুজৰাট
B.
ৰাজস্থান
C.
পাঞ্জাব
উত্তৰ : A. গুজৰাট


Disclaimer : The Information contained in this page is a self-study of the author of AssamSakori.in  and is provided only for general information purpose. I the Editor of AssamSakori.in  tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us or contact us by email and it will be modified to the correct one as soon as possible.

1 comment: