Job Search

Expected General Knowledge in Assamese Language : Part 20



প্ৰশ্ন :- মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল?
A.
গোপীনাথ বৰদলৈ
B.
লাল বাহাদুৰ শাস্ত্ৰী
C.
° ভীমৰাও আম্বেদকাৰ
উত্তৰ : B. লাল বাহাদুৰ শাস্ত্ৰী

প্ৰশ্ন :-  ৰণভূমিত প্রাণ হেৰুৱা দিল্লীৰ একমাত্ৰ চুলতানজন হল?
A.
ইলুতমিছ
B.
ইব্রাহীম লোডী
C.
ঔৰংগজেৱ
উত্তৰ : B. ইব্রাহীম লোডী

প্ৰশ্ন :-  . ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিল?
A.
আকবৰ
B.
হুমায়ুন
C.
ছাহজাহান
উত্তৰ : C. ছাহজাহান

প্ৰশ্ন :-  কোচৰাজ্যত প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হৈছিল?
A.
নিষ্ক
B.
নাৰায়নী
C.
কোচোক
উত্তৰ : B. নাৰায়নী



প্ৰশ্ন :- "নামদফা ৰাষ্ট্ৰীয় উদ্যান" ' অৱস্থিত?
A.
মণিপুৰ
B.
অৰুণাচল প্ৰদেশ
C.
গুজৰাট
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. অৰুণাচল প্ৰদেশ


প্ৰশ্ন :-  NEFT সম্পূৰ্ণ ৰূপ '-
A. National Electronic Fund Transfer.
B. Nil Entry Fund Transfer.
C. Non Encumbered Fund Transfer.
D. Non-Est Fund Transfer.
উত্তৰ : A. National Electronic Fund Transfer.


প্ৰশ্ন :-  "RTGS" সম্পূৰ্ণ ৰূপ '-
A. Real Time Gross Settlement.
B. Rupee Transaction Generating System.
C. Regular Transaction Generating System.
D. Retracted Transfer Gross Settlement
উত্তৰ : A. Real Time Gross Settlement
প্ৰশ্ন :-  "অসম সৰ্বশিক্ষা অভিযান মিচন" প্ৰতিষ্ঠা হৈছিল-
A. 2002
চনত
B. 2000
চনত
C. 1999
চনত
D. 2001
চনত
উত্তৰ : D. 2001 চনত


প্ৰশ্ন :-  কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন?
A.
নীলাম্বৰ
B.
বিশ্ব সিংহ
C.
নৰনাৰায়ণ
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. বিশ্ব সিংহ
প্ৰশ্ন :-  কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল
A.
ঘটকাসুৰ
B.
ৰত্নাসুৰ
C.
হটকাসুৰ
D.
সম্বৰাসুৰ
উত্তৰ : A. ঘটকাসুৰ

প্ৰশ্ন :-  কোনটো সংশোধনীৰ দ্বাৰা ভোটাৰৰ বয়সৰ নিম্ন সীমা 21 পৰা 18 কৰা হয়-
A. 59
নং সংশোধনী
B. 61
নং সংশোধনী
C. 60
নং সংশোধনী
D. 92
নং সংশোধনী
উত্তৰ : B. 61 নং সংশোধনী

প্ৰশ্ন :-  ‘Red Planet’ বুলি কোনটো গ্ৰহক জনা যায়?
A.
ইউৰেনাচ
B.
পৃথিৱী
C.
মঙ্গল
D.
ওপৰৰ এটাও নহয়
উত্তৰ : C. মঙ্গল


প্ৰশ্ন :-  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰা হয়-
A. 2005
B. 1985
C. 1990
D. 2000
উত্তৰ : B. 1985


প্ৰশ্ন :-  আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
A.
শৰাইঘাটৰ ৰণ
B.
ইটাখুলিৰ ৰণ
C.
লতাকতা ৰণ
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. ইটাখুলিৰ ৰণ

প্ৰশ্ন :-  অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশ লৈছিল-
A.
লীলাধৰ বৰুৱা
B.
নবীন চন্দ্ৰ বৰদলৈ
C.
তৰুণৰাম ফুকন
D.
ওপৰৰ আটাইকেইজন
উত্তৰ : A. লীলাধৰ বৰুৱা

প্ৰশ্ন :-  "বকুল বনৰ কবি" '-
A.
নবীন চন্দ্ৰ বৰদলৈ
B.
অমিয় কুমাৰ দাস
C.
প্ৰসন্নলাল চৌধুৰী
D.
আনন্দ চন্দ্ৰ বৰুৱা
উত্তৰ : D. আনন্দ চন্দ্ৰ বৰুৱা

প্ৰশ্ন :-  অসমৰ চাহ নিলাম কেন্দ্ৰ ' অৱস্থিত-……
A.
যোৰহাট
B.
গুৱাহাটী
C.
ডিব্ৰুগড়
D.
তিনিচুকীয়া
উত্তৰ : B. গুৱাহাটী


প্ৰশ্ন :-  উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন '-
A.
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
B.
নামদফা ৰাষ্ট্ৰীয় উদ্যান
C.
লামজাও ৰাষ্ট্ৰীয় উদ্যান
D.
ওপৰৰ এটাও নহয়
উত্তৰ : B. নামদফা ৰাষ্ট্ৰীয় উদ্যান

প্ৰশ্ন :-   ভ্ৰাম্যমাণ থিয়েটাৰ জনক কোন?
A.
অচ্যুত লহকৰ
B.
নিপ বৰুৱা
C.
ফণী শৰ্মা
D.
ওপৰৰ এটাও নহয়
উত্তৰ : A. অচ্যুত লহকৰ

প্ৰশ্ন :-  প্ৰথম অসমীয়া ছপা উপন্যাস-
A.
ধৰ্মপুস্তক
B.
লাহৰী
C.
মিৰিজীয়ৰী
D.
মৃত্যুঞ্জয়
উত্তৰ : B. লাহৰী

প্ৰশ্ন :-  "Evening star" বুলি কোনটো গ্ৰহক কোৱা হয়-
A.
মংগল
B.
শুক্ৰ
C.
বুধ
D.
ওপৰৰ আটাইকেইটা
উত্তৰ : B. শুক্ৰ

Disclaimer : The Information contained in this page is a self-study of the author of AssamSakori.in  and is provided only for general information purpose. I the Editor of AssamSakori.in  tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/ options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please comment us or contact us by email and it will be modified to the correct one as soon as possible.

No comments:

Post a Comment